🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৩ ভাদ, সোমবাৰ, ইং ৯ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৯/২০
সূৰ্য্যাস্ত ঘ :- ৫/৩২/১৩
ৰাশি : – তুলা ৰাশি। ঘ: – ৮/২২/২৪ যোৱাত বৃশ্চিক ৰাশি।
তিথি :- শুক্লা ষষ্ঠী তিথি । আ:ঘ:- ৫/৮/২৩ যোৱাত শুক্লা সপ্তমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- বিশাখা । দি:ঘ:- ২/৫১/৩৫ লৈ।
শুভ সংখ্যা :- ৮/২
শুভ ৰং :- বগা / গোলপীয়া।
আদ্যঋতু :- বেশ্যা যোগ।
মৰণৰ দোষ :- দ্বিপদ। দি:ঘ:- ২/৫১/৩৬ যোৱাত নাই। আ:ঘ:- ৫/৮/২৩ যোৱাত এপদ।
যাত্ৰা :- পশ্চিম দিশত নাই। আ:ঘ:- ৫/৮/২৩ যোৱাত বাযু কোনত নাই।
যোগিনী :- পশ্চিম দিশত। আ:ঘ:- ৫/৮/২৩ যোৱাত বাযু কোনত।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ। আ:ঘ:- ৫/৮/২৩ যোৱাত তাল খোৱা নিষেধ।

My YouTube Link:-
https://youtu.be/ODzvb-DKb1E
*
👆👆👆
প্ৰাকৃতিক উপায়েৰে “গছৰ শিপা” ধাৰণ কৰিও অশুভ গ্ৰহ দোষৰ প্ৰতিকাৰ কৰিব পাৰি,এই বিষয়ে জানিবলৈ ওপৰৰ ভিডিঅ’ টি ক্লিক কৰি চাৱ পাৰে

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব, আয় উপাৰ্জন বাঢ়িব, লগতে আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা সুখ শান্তি লাভ কৰিব।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপুনি কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, আনন্দ মনে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত মানৰ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে ধন ধান আহিব হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধুৰ পৰা মনত সুখ শান্তি বাঢ়িব, কৰ্মত আনৰ পৰা প্ৰেৰণা লাভ কৰিব যদিও আজি আপোনাৰ মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব ।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত সহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু হানি হ’ব, মনৰ আশা পূৰণ হ’ব, লগতে আজি আপুনি প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম স্থান সামান্য পৰিবৰ্তন হ’ব পাৰে, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি আৱেলী সময়ত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপুনি প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মাজত নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত সুখ- শান্তি বাঢ়িব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!