ICAR-ATARI, Zone- VI, গুৱাহাটী উদ্যোগত ‘সেউজ শক্তিক ব্যৱহাৰ কৰিবলৈ কৃষিভল্টিক’ বিষয়ক ৰাজ্যিক পৰ্যায়ৰ সামৰ্থ্য বিকাশ কৰ্মশালা
ICAR-ATARI, Zone- VI, গুৱাহাটী আৰু KVK নলবাৰী, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ সহযোগত অসম ৰাজ্যিক নিৰ্দিষ্ট সংস্থা (এএছডিএ), শক্তি দক্ষতা ব্যুৰো (বিইই), শক্তি মন্ত্ৰালয়, ভাৰত চৰকাৰৰ সহযোগত সেউজ শক্তিৰ ব্যৱহাৰৰ সজাগতা…