Month: July 2024

কেফে বি-ইউয়ে ফ্ৰাইডে ডিনাৰ ফিষ্টত আপোনালৈ আগবঢ়াইছে ভাৰতীয় ষ্ট্ৰীট ফুডৰ সোৱাদ

ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি-ইউয়ে সন্মানীয় অতিথিসকলক ফ্ৰাইডে ডিনাৰ ফিষ্ট – ষ্ট্ৰীট ফুড অফ ইণ্ডিয়াৰ জৰিয়তে ভাৰতৰ ৰাজপথত সততে দেখা লোভনীয় ৰন্ধনশৈলীৰ সোৱাদ ল’বলৈ আমন্ত্ৰণ জনাইছে। জুলাই মাহৰ প্ৰতি শুক্ৰবাৰে…

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি ৰাষ্ট্ৰবাদী অৰাজনৈতিক সংগঠণ, জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF), অসমৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ১১ জুলাই, ২০২৪ তাৰিখ বৃহস্পতি বাৰৰ দিনাখন বিশ্ব জনসংখ্যা দিৱস…

চৰাইদেউৰ কুঁৱৰীবাৰী চাহ বাগিছাত চাহ শ্ৰমিকৰ এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

১০ জুলাই তাৰিখে চৰাইদেউ জিলাৰ বিষ্ণুপুৰ চাহ বাগিছাৰ অধীনস্থ কুঁৱৰীবাৰী চাহ বাগিছাৰ কাৰ্য্যালয়ত অসম চাহ মজদুৰ সংঘ, কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত কুঁৱৰীবাৰী চাহ বাগিছাৰ শ্ৰমিকসকলে শ্ৰমিকৰ প্ৰাপ্যৰ দাবীত একঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী…

ডিব্ৰুগড় মহানগৰৰ কৃত্ৰিম বানত বিধ্বস্ত চহৰখনৰ পথত বৃহত গাঁত: মটক যুৱ ছাত্ৰ পৰিষদৰ ক্ষোভ

ডিব্ৰুগড় চহৰৰ এটি ব্যস্ততাপূৰ্ণ পথ হৈছে জালুকপাৰা। এই ব্যস্ততাপূৰ্ণ পথটো অলপতে বানে চহৰখন ধুই নিয়াৰ পাছত পথটো জৰাজীৰ্ণ হৈ পৰিছে। ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ সমস্যা আজিৰ নতুন সমস্যা নহয়। বৈজ্ঞানিক…

আপুনি অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে নেকি

অফিচত অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে আছেনে? সকলোৱেই আপোনাৰ ওচৰত আছে বুলি ভাবি দুখ পায় নেকি? আপুনি অনুভৱ কৰে নেকি যে আপোনাৰ সৰলতাৰ সুযোগ আনে লৈছে? এই পৰিস্থিতিত থেৰাপিষ্টসকলে…

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ মহৎ প্ৰদেক্ষেপ : এক পেৰ মা কে নাম

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ‘এক পেৰ মা কে নাম’ অভিযান আৰম্ভ কৰি আমাৰ পৃথিৱীখন সেউজ কৰি তোলাত সকলোকে অৰিহণা যোগাবলৈ আহ্বান জনায় তথা ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ…

আম্বানী পুত্ৰৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মমতাই

অহা ১২ জুলাইত মুকেশ আম্বানীৰ পুত্ৰৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ যাব মমতা বেনাৰ্জী। এই ভ্ৰমণৰ সময়ত তেওঁ এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে এই দুই…

চলিত মাহতে ৰাছিয়া ভ্ৰমণত যাব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী

৮ আৰু ৯ জুলাইত ৰাছিয়ালৈ আনুষ্ঠানিক ভ্ৰমণত যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণত ভাৰত-ৰাছিয়াৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে মস্কোলৈ যাব প্ৰধানমন্ত্ৰী মোডী, এই কথা স্পষ্ট…

নগাঁৱত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ কৰ্মশালা

শাস্ত্ৰীয় সংগীত মঞ্চ,নগাঁৱৰ উদ্যোগত নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগ আৰু আদিত্য ষ্ট্ৰীট ফুডছ্, নগাঁৱৰ সহযোগত নগাঁও বিশ্ববিদ্যালয়ত ২ জুলাইৰ পৰা অনুষ্ঠিত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ আজি তৃতীয় দিনা এক বিশেষ অনুষ্ঠান অনুষ্ঠিত…

শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটী লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ আৰম্ভ পৰিবহণ বিভাগৰ

কামৰূপ মহানগৰ জিলাৰ ২,৯০৭শিক্ষাৰ্থীক দুচকীয়া বাহনৰ আত্মবিশ্বাসী, আদৰ্শ চালক হিচাপে গঢ় দিয়াৰ ব্যতিক্ৰমী লক্ষ্য। উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী লাভ কৰা…

error: Content is protected !!