Month: August 2024

পাটাছাৰকুছিত ১ কোটি টকাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰৰ উদ্বোধন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত বজালী গোৱিন্দভৱন গীতা সত্ৰ, ডুমূৰীয়াত উপস্থিত হৈ ভক্তিভৰা সেৱা জনাই সকলোৰে কুশল মঙ্গল কামনা কৰে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।…

চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পিছত চন্দ্ৰত এখন মহাসাগৰ থকা কথা ঘোষণা

আজি ২৩ আগষ্ট তাৰিখে ভাৰতে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিছে। চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পিছত ৰাষ্ট্ৰীয় মহাকাশ দিৱস ঘোষণা কৰা হয়। যোৱা বছৰৰ আজিৰ দিনটোতে ভাৰতৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ…

২৫ আগষ্টত গুৱাহাটীত নাৰায়ণ সেৱা সংস্থানৰ দ্বাৰা নাৰায়ণ অংগ সংস্থাপন শিবিৰৰ আয়োজন

অসমৰ ৩০০ গৰাকী বিশেষভাৱে সক্ষম লোকৰ শৰীৰত সংস্থাপিত কৰা হ’ব মডিউলাৰ অংগ সমগ্ৰ বিশ্বতে প্ৰতিবন্ধী লোকৰ সহায় আৰু মানৱতাৰ প্ৰতি সমৰ্পিত সেৱাৰ বাবে বহুলভাৱে স্বীকৃতিপ্ৰাপ্ত নাৰায়ণ সেৱা সংস্থাই অহা ২৫…

বিশ্বৰ দ্বিতীয় বৃহত্তম হীৰা আৱিষ্কাৰ

কানাডাৰ বটছৱানাত ২৪৯২ কেৰেটৰ এটুকুৰা বিশাল হীৰা আৱিষ্কাৰ হয়। জনা যায় যে এইটুকুৰা বিশ্বৰ দ্বিতীয় বৃহত্তম হীৰা। কানাডাৰ খনন কোম্পানী লুকাৰা ডাইমণ্ড কৰ্পৰেশ্যনে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে। জনা যায়…

সাংবাদিক শ্বাহ আলমক মুখ্য মন্ত্ৰীয়ে কৰা ব্যৱহাৰ গ্ৰহণযোগ্য নহয় : জাফা

সাংবাদিকৰ কামেই হৈছে বিভিন্ন ঘটনা -পৰিঘটনাৰ সত্য তথ্য উদ্ঘাটন কৰা। সেই উদ্দেশ্যেসাংবাদিক শ্বাহ আলমে এটা প্ৰশ্ন কৰিছিল । শ্বাহ আলমে এখন পাহাৰ কটা লৈ প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত…

বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ আদ্যশ্ৰাদ্ধত ‘সৌহাৰ্দ্য’ৰ স্মৃতিচাৰণ সভা

গুৱাহাটী, ২১ আগষ্টঃ অসমীয়া কাব্য সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ বাসগৃহত আজি ৰাজ্যখনৰ অন্যতম সাহিত্য-সংস্কৃতি অনুষ্ঠান ‘সৌহাৰ্দ্য’ৰ উদ্যোগত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সাহিত্য তথা সংবাদ ক্ষেত্ৰৰ লগত জড়িত…

অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ ‘অসমীয়া আখৰ জোঁটনিৰ এটি চৰ্চ্চা’

সভাপতি ৰুমা হাজৰিকাৰ সভাপতিত্বত আয়োজিত উক্ত সভাত সমল ব্যক্তি ৰূপে উপস্থিত আছিল জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডo পাপুমণি হাজৰিকা। সভাৰ আৰম্ভণিত অসম সাহিত্য সভাৰ আৰম্ভণি গীত ‘চিৰ চেনেহী মোৰ…

জামুগুৰিহাটৰ জীয়াভৰলী আৰু দিকৰাই নদীৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে হতেকামে লাগিল ৰাইজ

TMPK আৰু MMK ৰ উদ্যোগত বৰদিকৰাই বাসী ৰাইজৰ সহযোগত নিৰ্মাণ কৰিলে বাঁহৰ পাৰ্কুপাইন৷ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ আপেক্ষাত নাথাকি অৱশেষত জামুগুৰিহাটৰ জীয়াভৰলী নদী আৰু দিকৰাই নদীৰ ভয়ংকৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে…

উত্তৰাখণ্ডত নাৰ্ছক ধৰ্ষণ আৰু হত্যাৰ অভিযোগ, ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত

উত্তৰাখণ্ডত নাৰ্ছক ধৰ্ষণৰ পিছত হত্যাৰ অভিযোগ। গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। মৃত মহিলাগৰাকীৰ বয়স ৩৩ বছৰ। মহিলাগৰাকীয়ে উত্তৰাখণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়ত কাম কৰিছিল। কামৰ অন্তত ঘৰলৈ উভতি আহোতেই তেওঁক ধৰ্ষণ…

error: Content is protected !!