জাতীয় পতাকাত কালেমা লিখাক লৈ ক্ষুব্ধ হিন্দু পৰিষদ
ভাৰতত জাতীয় পতাকাত কালেমা লিখাক লৈ ক্ষোভিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদে। এই ঘটনাত আৰক্ষীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ ঘুবাৰা তহচিলৰ অন্তৰ্গত…