নিযুক্তি পৰীক্ষাৰ ব্যৱস্থাপনাত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ সংবাদমেল
মহিলা পৰীক্ষাৰ্থীৰ শ্লীলতাহানিৰ ঘটনাৰ তদন্তৰ দাবী আপৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈৰ “ৰাজ্যজুৰি ইন্টাৰনেট কৰ্তনৰ উপৰি পৰীক্ষা গৃহত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতো চৰকাৰে নিকা আৰু স্বচ্ছতাৰে তৃতীয় বৰ্গৰ নিযুক্তি…