দ্বি-শতবৰ্ষ গৰকা জামুগুৰিহাটৰ কোচগাঁৱৰ কালিয়দমন দমণ ভাওনা
লোকে লোকাৰণ্য কোচগাঁৱৰ কালিয়দমণ ক্ষেত্ৰ গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত লোকে লোকাৰণ্য হৈ পৰিল জামুগুৰিহাটৰ কোচগাঁৱৰ কালিয়দমন ক্ষেত্ৰ৷কোচগাঁৱৰ ৰাইজে দুটা শতিকা ধৰি প্ৰতিবছৰেই গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত পৰিৱেশন কৰি আহিছে গুৰুজনাৰ…