Month: December 2024

দৈনিক ৰাশিফল, ৩০ ডিচেম্বৰ ২০২৪

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞১৪ পুহ ,সোমবাৰ, ইং ৩০ ডিচেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৬/১২/১২সূৰ্য্যাস্ত ঘ :- ৪/৩৫/২২ৰাশি : – ধনু ৰাশি।তিথি :- অমাৱস্যা তিথি।শে:ৰা:ঘ:- ৪/৮/৩৪ যোৱাত শুক্লা প্ৰতিপদ তিথি আৰম্ভণি হ’ব।নক্ষত্ৰ…

শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ চৌহদত নিশা উত্তপ্ত পৰিস্থিতি

⭕তলাতল ঘৰৰ মহিলা প্ৰেস্ৰাৱগাৰ আৰু শৌচালয়ত এজন যুৱকে গোপন কেমেৰা লগোৱাৰ অভিযোগ, তাৰ পাছতেই উত্তেজিত হৈ উঠে মহিলা সকল। শিৱসাগৰৰ তলাতল ঘৰত নিশা উত্তেজনা | তলাতল ঘৰৰ মহিলা প্ৰেস্ৰাৱগাৰ আৰু…

দৈনিক ৰাশিফল 🙏 ২৮ ডিচেম্বৰ ২০২৪

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞১২ পুহ ,শনিবাৰ, ইং ২৮ ডিচেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৬/১১/৩৮সূৰ্য্যাস্ত ঘ :- ৪/৩৩/৩৮ৰাশি : – বৃশ্চিক ৰাশি।তিথি :- কৃষ্ণা ত্ৰযোদশী তিথি।ৰা:ঘ:- ২/৫৩/২০ যোৱাত কৃষ্ণা চতুৰ্দ্দশী তিথি আৰম্ভণি…

জ্যোতিকুছি আৰু ৰিহাবাৰীস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ৰ বাৰেবৰণীয়া অনুষ্ঠান

আজি জ্যোতিকুছি আৰু ৰিহাবাৰীৰ আৰ্যনগৰত অৱস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ দুয়োখনৰ একত্ৰিত হৈ বাৰ্ষিক দিৱসৰ পালন কৰা হয়৷ অনুষ্ঠানটো অনুষ্ঠিত হয় মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এ প্ৰকল্পৰ প্ৰেক্ষাগৃহত৷ অনুষ্ঠানটোত বিশিষ্ট…

নদুৱাৰ সমষ্টিত একেদিনাই ২২ খনকৈ উন্নয়নমূলক আঁচনিৰ কাম শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

নদুৱাৰ সমষ্টিত একেদিনাই ২২ খনকৈ উন্নয়নমূলক আঁচনিৰ নিৰ্ম্মানকাৰ্য্য শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিটোৰ অন্তৰ্গত মুঠ দহটাকৈ গাঁওপঞ্চায়ত এলেকাৰ বিভিন্ন অঞ্চলত কালি দিনজোৰা কাৰ্য্যসুচীৰে গ্ৰাম্য পথ নিৰ্ম্মান আৰু আন্তগাঠনি…

আৰ. কে. ইউনিভাৰ্চ’ৰ ২০২৪ বৰ্ষৰ ‘নিপন গোস্বামী বঁটা’ প্ৰাপকৰ নাম ঘোষণা

■ নমিতা ভট্টাচাৰ্য্য আৰু তৌফিক ৰহমানলৈ ‘নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা’ ■ ◆ ছৈয়দ জাৰিৰ হুছেইন, এলভিছ আলী হাজৰিকা আৰু ৰঞ্জু হাজৰিকালৈ ‘নিপন গোস্বামী বঁটা৷ স্বনামপ্ৰসিদ্ধ অভিনয় শিল্পী প্ৰয়াত নিপন…

হাটশিঙিমাৰীত কংগ্ৰেছ দলৰ প্ৰতিবাদ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমূখত আজি জিলা কংগ্ৰেছ দলৰ উদ্যোগত কংগ্ৰেছ দলে গণ সমদল যাত্ৰা উলিয়ায়।উল্লেখ্য যে, সংসদত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা ডo…

গুৱাহাটী প্ৰেছ ক্লাৱত সাহিত্যিক সদানন্দ গগৈৰ দুখনি গ্ৰন্থ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া সদানন্দ গগৈৰ দুখনি গ্ৰন্থ আজি উন্মোচিত হৈ যায় । গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ দুখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত…

মুকালমুৱাৰ সোনাপুৱাত দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি

নলবাৰী জিলাৰ মুকালমুৱাৰ সোনাপুৱা যুৱক সংঘৰ উদ্যোগত অহা ২৪,২৫ আৰু ২৮ ডিচেম্বৰত দ্বিতীয় বার্ষিক দিবা-নৈশ ক্রিকেট প্রতিযোগিতাৰ প্ৰস্তুুতি প্ৰায় তুংগত হৈ উঠিছে।১৫০০/-টকা ভৰ্তি মাচুল হিচাপে ধাৰ্য্য কৰা প্ৰতিযোগিতা মূলক দিবা…

দেওপানী পুৰণি হাটখোলা প্ৰাথমিক বিদ্যালয়ত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী উদযাপন

নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ন-পাম বাৰুৱতী মণ্ডল সমল কেন্দ্ৰৰ দেওপানী পুৰণি হাটখোলা প্ৰাথমিক বিদ্যালয়, ৫৭০ নং বৰহোলা প্ৰাথমিক বিদ্যালয় আৰু আঠখেল চাহ বাগিচা ২ নং প্ৰাথমিক বিদ্যালয়ৰ মাজত এক বন্ধু বিদ্যালয়ৰ…

error: Content is protected !!