মেকিপুৰ চাহ বাগিছাত ACMS কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চাহ শ্ৰমিকৰ ১ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন
⭕বাগিছা শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ অব্যাহত। বাগিছা মালিক পক্ষ্ৰ শোষণ নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ | ACMS কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মেকিপুৰস্থ KANCO TEA & INDUSTRIES…