ডিমৰীয়াৰ কোনো ভূমিখননৰ লগত ডিমৰীয়া মণ্ডল বিজেপি জড়িত নহয়
অপপ্ৰচাৰ চলোৱা ভুৱা সংগঠনৰ বিৰুদ্ধে থানাত গোচৰ দুই মণ্ডল সমিতিৰ# দুষ্কাৰ্যত লিপ্ত আমন্ত্রিত বিজেপি সদস্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী বৃহত্তৰ ডিমৰীয়াত চলি থকা বৈধ অথবা অবৈধ ভূমি খনন কাৰ্যৰ লগত…