নখুটীত জিলা অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিত সজাগতা সভা
দেওবাৰে বিয়লি হোজাই জিলাৰ নখুটীৰ পশু চিকিৎসালয়ৰ সন্মুখত নখুটীৰ সচেতন ৰাইজৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা সভা।বৰ্তমান সমাজত এক ব্যাধি হিচাপে পৰিগণিত হোৱা ড্ৰাগছ,মদ, ভাং, গাঞ্জা, চুৰি, ডকাইট, ধৰ্ষণ ,…