আৰক্ষীৰ সহযোগত অ*বৈধ সু*ৰাৰ বিৰুদ্ধে তী*ব্ৰ অ*ভিযান জামুগুৰিহাটৰ মহিলা
জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত চলি থকা মদ,ভাং,জুৱা আদিৰ অবাধ প্ৰচলনে শৈক্ষিক সামাজিক পৰিবেশ বিনষ্ট কৰি থকাৰ বিৰুদ্ধে মংগলবাৰৰ বিয়লি প্ৰতিবাদত নমা মহিলাসকল সফল নোহোৱাত বুধবাৰে দ্বিতীয় দিনা সন্ধিয়াও এইদৰেই মহিলা সমাজ…