ষ্টেট বেংক অৱ ইণ্ডিয়াই আয়োজন কৰে “আন্তঃৰাষ্ট্ৰীয় মাতৃ ভাষা দিৱস” ত পুতলা নাচ
“আন্ত:ৰাষ্ট্ৰীয় মাতৃভাষা দিৱস”ত ভাৰতৰ লগতে অসমত পোন প্ৰথম বাৰৰ বাবে ভাৰতৰ ৰাজ্য সমূহৰ মাতৃ ভাষাৰ গীত সমূহক একত্ৰিত কৰি “ভাষা আৰু সংস্কৃতিৰ প্ৰতিধ্বনি” শীৰ্ষক নৃত্যনাট্য লোক সম্পদ পুতলা নাচৰ জৰিয়তে…