নদুৱাৰৰ ৰঙাচকুৱাত ইভাৰগ্ৰীন আত্ম সহায়ক গোটৰ কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কক সামগ্ৰী বিতৰণ
নদুৱাৰৰ ৰঙাচকুৱাত আজি মঙলবাৰে বিয়লি ইভাৰগ্ৰীন আত্ম সহায়ক গোটৰ কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলক চাহ খেতিৰ বাবে লাগতিয়াল সামগ্ৰী বিতৰণ কৰে । উক্ত বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ভাৰতীয় চাহ বৰ্ডৰ তেজপুৰ…