🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১২ মাঘ , ৰবিবাৰ, ইং ২৬ জানুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/১৪/৪৮
সূৰ্য্যাস্ত ঘ :- ৪/৫৬/২
ৰাশি : – বৃশ্চিক ৰাশি। ঘ:- ৭/১০/৫৯ যোৱাত ধনু ৰাশিৰ।
তিথি :- কৃষ্ণা দ্বাদশী তিথি। ৰা:ঘ:- ৭/২৪/২০ যোৱাত কৃষ্ণা ত্ৰযোদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- জেষ্ঠা নক্ষত্ৰ । পু:ঘ:- ৭/১০/৫৯
শুভ সংখ্যা :- ৯/১
শুভ ৰং : – ৰঙা / হালধীয়া ।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- দ্বিপদ । ৰা:ঘ:- ৭/২৪/২০ যোৱাত এপদ।
যাত্ৰা :- নৈঋত কোনত নাই।ৰা:ঘ:- ৭/২৪/২০ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত ।ৰা:ঘ:- ৭/২৪/২০ যোৱাত দক্ষিণ দিশত ।
ভক্ষাভক্ষ্য :- পূৰৈ শাক খোৱা নিষেধ। ৰা:ঘ:- ৭/২৪/২০ যোৱাত যোৱাত বেঙেনা খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত বুলি কব পাৰি, উত্তম ভোজন লাভ কৰিব লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সাৱধানে আগবঢ়াটো ভাল হ’ব।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত অধিক দ্বায়িত্ব লাভ কৰিব, ভ্ৰমণত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন কাপোৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মত সন্মান লাভ কৰিব যদিও আজি আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব পাৰে,মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশ সুযোগ লাভ কৰিব, মনটো উদাৰ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য আয় উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি সাহিত্যক সকলে সাহিত্য সেৱাত মনোনিবেশ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, প্ৰেমত সজাগ হোৱাটো ভাল হ’ব যদিও আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত উকীল আৰু পুলিচ প্ৰশাসনৰ লগত জৰিত ব্যক্তি সকলৰ সুনাম বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব, লগতে ধন সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ আপোনাৰ ব্যক্তিৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205