🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১২ বহাগ , শনিবাৰ, ইং ২৬ এপ্ৰিল ২০২৫
সূৰ্য্যোদয় ঘ :- ৪/৫৩/১৪
সূৰ্য্যাস্ত ঘ :- ৫/৪৫/১৮
ৰাশি : – মীন ৰাশি। ৰা:ঘ:- ২/২১/১০ যোৱাত মেষ ৰাশি।
তিথি :- কৃষ্ণ ত্ৰয়োদশী ।প্ৰা:ঘ:- ৫/৪০/৫৬ যোৱাত কৃষ্ণা চতুৰ্দ্দশী তিথি আৰম্ভণি হব।
নক্ষত্ৰ :- ৰেৱতী । ৰা:ঘ:- ২/২১/১০ লৈ।
শুভ সংখ্যা :- ৫/৭
শুভ ৰং : – কলা / বেঙুনীয়া ।
আদ্যঋতু :- দু:শীলা যোগ ।
মৰণৰ দোষ : – এপদ। প্ৰা:ঘ:- ৫/৪০/৩৬ যোৱাত দ্বিপদ, শে:ৰা:ঘ:- ৩/২১/১৭ যোৱাত এপদ ।
যাত্ৰা :- দক্ষিণ দিশত নাই । প্ৰা:ঘ:- ৫/৪০/৩৬ যোৱাত পশ্চিম দিশত নাই। শে:ৰা:ঘ:- ৩/২১/১৭ যোৱাত ঈশান কোনত নাই।
যোগিনী :- দক্ষিণ দিশত । প্ৰা:ঘ:- ৫/৪০/৩৬ যোৱাত পশ্চিম দিশত। শে:ৰা:ঘ:- ৩/২১/১৭ যোৱাত ঈশান কোনত।
ভক্ষাভক্ষ্য :- বেঙেনা খোৱা নিষেধ। প্ৰা:ঘ:- ৫/৪০/৩৬ যোৱাত মাটিমাহ , মাছ মাংস খোৱ নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, ছাত্ৰ ছাত্ৰী সকলে সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, মনত সামান্য হতাশাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে সন্তানৰ পৰা আনন্দ লাভ কৰিব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঋণ আদায় হ’ব, সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব, সামান্য খৰচ বাঢ়িব যদিও আজি আপুনি উত্তম বস্ত্ৰ লাভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামগ্ৰী লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি সজাগ নহ’লে ছাত্ৰ ছাত্ৰী সকলে বিদ্যা আহৰণত বাধা আহিব পাৰে লগতে আজি আপোনাৰ লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য বা বিশ্চেদ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে ঘৰুৱা কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে আপোনাৰ সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য ব্যাকুল হ’ব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলি হ’ব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ঘৰুৱা কৰ্মত শুভ বুলি কব পাৰি, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ সুখ শান্তি বাঢ়িব, ভ্ৰমণত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!