🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১০ ভাদ, মঙ্গলবাৰ, ইং ২৭ আগষ্ট ২০২৪.
সূৰ্য্যোদয় ঘ :- ৫/৩/২৯
সূৰ্য্যাস্ত ঘ :- ৫/৪৬/৮
ৰাশি : – বৃষ ৰাশি।
তিথি :- কৃষ্ণা অষ্টমী । প্ৰা:ঘ:- ৬/৫১/১৭ যোৱাত কৃষ্ণা নৱমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- ৰোহিনী, ৰা:ঘ:- ৮/১৯/৫ লৈ।
শুভ সংখ্যা :- ৭/৯
শুভ ৰং :- ৰঙা / সোনালী ।
আদ্যঋতু :- পতিহিতা যোগ।
মৰণৰ দোষ :- এপদ ।
যাত্ৰা :- ঈশান কোনত নাই। প্ৰা:ঘ:- ৬/৫১/১৭ যোৱাত পূৱ দিশত নাই।
যোগিনী :- ঈশান কোনত। প্ৰা:ঘ:- ৬/৫১/১৭ যোৱাত পূৱ দিশত।
ভক্ষাভক্ষ্য :- নাৰিকল খোৱা নিষেধ। প্ৰা:ঘ:- ৬/৫১/১৭ যোৱাত লাও খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিবলৈ সক্ষম হব, বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক সুখ শান্তি বাঢ়িব , যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ সৌভাগ্যৰ উদয় হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সমন্মান বাঢ়িব, লগতে আজি আপোনাৰ মনত শুভ বুদ্ধিৰ উদয় হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব, কৰ্মত সিদ্ধি লাভ কৰিব লগতে আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব নহ’লে ক্ষতি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে প্ৰেমত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পৰিশ্ৰম বাঢ়িব, ঘৰুৱা কৰ্মত অশান্তিৰ সৃষ্টি হ’ব পাৰে, যদিও আজি আপোনাৰ প্ৰাপ্তিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপুনি ৰাজনৈতিক সা-সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, আনন্দ মনে দিনটো পাৰ হ’ব, লগতে আজি শিল্পী সকল সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত স্বাস্থ্যৰ উন্নতি হ’ব, ৰোগ নাশ হব , লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মাজত নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, কৰ্মত সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ সঞ্চয় মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205