৫ চেপ্তেম্বৰ শিক্ষক দিৱসত শিৱসাগৰ জিলা প্ৰশাসনে জিলা কৃতি শিক্ষকৰ সন্মানেৰে সন্মানিত কৰিলে শিৱসাগৰৰ আমগুৰিৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কামাখ্যা ভট্টাচাৰ্যক।
শিক্ষক গৰাকীয়ে লাভ কৰা এই সন্মানে বিদ্যালয় তথা বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।