🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৫ ভাদ, বুধবাৰ, ইং ১১ ছেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১০/২৪
সূৰ্য্যাস্ত ঘ :- ৫/৩০/৪
ৰাশি : – বৃশ্চিক ৰাশি। আ:ঘ:- ৫/২৪/৪৮ যোৱাত ধনু ৰাশি।
তিথি :- শুক্লা অষ্টমী তিথি । আ:ঘ:- ৬/২২/৮ যোৱাত শুক্লা নৱমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- জেষ্ঠা । আ:ঘ:- ৬/২৪/৪৮ লৈ।
শুভ সংখ্যা :- ১/৫
শুভ ৰং :- বগা / সেউজীয়া।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- ঈশান কোনত নাই। আ:ঘ:- ৬/২২/৮ যোৱাত পূৱ দিশত নাই।
যোগিনী :- ঈশান কোনত। আ:ঘ:- ৬/২২/৮ যোৱাত পূৱ দিশত।
ভক্ষাভক্ষ্য :- নাৰিকল খোৱা নিষেধ। আ:ঘ:- ৬/২২/৮ যোৱাত লাও খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে সামান্য অৰ্থক নাটনিত ভুগিব পাৰে।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব,মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব পাৰে দৈহিক ক্ষেত্ৰত সামান্য অস্থিৰতা আহিব পাৰে।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি,সমাজ কৰ্মী সকলে ৰাজহুৱা কৰ্মত ব্যস্ত হ’ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, লগতে পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি হ’ব, ঘৰত বিবাহৰ আলোচনা হ’ব পাৰে, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সমাজ কৰ্মী সকলে সামাজিক কৰ্মত ৰাইজৰ সহযোগিতা লাভ কৰিব, যদিও আজি আপোনাৰ সময় ক্ষয় হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান বাঢ়িব, মনত সামান্য খংঙ ভাৱ বাঢ়িব যদিও আজি আপুনি মনত ভক্তি ভাৱ লৈ আগবাঢ়ি গ’লে কৰ্মত সফলতা লাভ কৰিব সক্ষম হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পত্তি বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব,ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য সঞ্চিত ধন সম্পত্তি ক্ষয়-ক্ষতি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, নতুন নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে সামান্য উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, কৰ্মস্থান সামান্য পৰিবৰ্তন হ’ব পাৰে লগতে আজি আপুনি আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205