জম্মুৰ আখনূৰ ছেক্টৰত ভয়াৱহ বাছ দুৰ্ঘটনা। এই ঘটনাৰ বাবে মুঠ ২১ জন লোকৰ মৃত্যু হয়। আহত ২০জন লোক। বাছখনত ৫০ জন লোক আছিল। উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাৰ পৰা আহি আছিল আটাইকেইজন। স্থানীয় শিৱ মন্দিৰ এটা চাবলৈ আহিছিল। আৰক্ষীয়ে জনোৱা মতে, বাছৰ চকা পিছলি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আহত কেইবাজনো লোকৰ অৱস্থা সংকটজনক। স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্থানীয় ৰাইজে প্ৰথমে উদ্ধাৰ কাম আৰম্ভ কৰে। পিছত সেনাই আহি হাত থৈ দিলে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!