নগাঁও জিলাৰ অন্তৰ্গত বাৰাপুজিয়া অঞ্চলৰ স্থায়ী বাসিন্দা মণ্টু দাসৰ পুত্ৰ “দীপ দাস”,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্র । যোৱা কিছু দিন ধৰি কিডনী জনীত ৰোগত ভুগি সোণাপুৰস্থিত Kidney Hospital (institue of urology and kidney diseases ) ত চিকিৎসাধীন হৈ আছে । ইয়াৰ বাবে যথেষ্ট খৰচৰ প্ৰয়োজন হৈছে গতিকে এই পৰিয়ালটিক আপোনালোকৰ অলপ সহায়ৰ প্ৰয়োজন। গতিকে সকলোকে বিনম্ৰ অনুৰোধ তলৰ উল্লেখিত একাউণ্টত সাধ্য অনুসৰি সহায় কৰি ছাত্ৰ জনক সুস্থ কৰাত সহায় কৰিব বুলি আশা কৰিলোঁ।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!