Author: Abani Baruah

‘অস্ত্ৰ পৰিহাৰ কৰক, নহ’লে..’ ‘অল আউট ৱাৰ’ ঘোষণা… মাওবাদৰ বিৰুদ্ধে শ্বাহৰ হুংকাৰ

মাওবাদৰ অন্ত পেলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ ঘোষণা কৰিছে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতক ‘মাওবাদী মুক্ত দেশ’ হিচাপে ঘোষণা কৰা হ’ব। এই লক্ষ্য পূৰণৰ…

১৮ বছৰৰ তলৰ লোকৰ বাবে ইনষ্টাগ্ৰামে নতুন ব্যৱস্থা গ্ৰহণ কৰিছে

১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ গোপনীয়তা বৃদ্ধি আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ সীমিত কৰাৰ বাবে ইনষ্টাগ্ৰামে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অনলাইনত শিশুৰ সুৰক্ষাৰ ওপৰত যাতে কোনো ধৰণৰ হেঁচা নাথাকে তাৰ বাবে…

দৈনিক ৰাশিফল, ১৪ চেপ্তেম্বৰ ২০২৪

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞২৮ ভাদ, শনিবাৰ, ইং ১৪ চেপ্তেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৫/১১/৩৫সূৰ্য্যাস্ত ঘ :- ৫/২৬/৫০ৰাশি : – মকৰ ৰাশি।তিথি :- শুক্লা একাদশী তিথি । আ:ঘ:- ৪/২৭/৪১ যোৱাত শুক্লা দ্বাদশী…

জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ ১৬তম প্ৰতিষ্ঠা দিৱস

সন্দেহজনক নাগৰিকৰ পৰা কাঢ়ি লোৱা ভূমিত এতিয়া শংকৰী সংস্কৃতি চৰ্চাৰ কেন্দ্ৰ বিন্দু ৷ পাঁচ হেজাৰ কৃষি ভূমিত কৃষি বিপ্লৱৰ সুচনা ৷ জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ আজি ১৬ তম প্ৰতিষ্ঠা…

ককিলা নাহৰণিত শ্ৰীকৃষ্ণ জন্মাষ্টমীত গ্ৰন্থ উন্মোচনী সভা

মহেন্দ্ৰ হাজৰিকাৰ ‘শ্ৰীমন্ত শংকৰদেৱ’ উন্মোচন শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডুবিয়া আঞ্চলিকৰ অন্তৰ্গত ককিলা নাহৰণি প্ৰাথমিক শাখাৰ উদ্যোগত আজি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগত সংগতি ৰাখি দুই নং…

নৰায়ণ সেৱা সংস্থানৰ দ্বাৰা আয়োজিত বিনামূলীয়া মডিউলাৰ অংগ সংস্থাপন শিৱিৰত ২৬৫ গৰাকী বিষেশভাৱে-সক্ষম লোকৰ নতুন জীৱন লাভ

মন্ত্ৰী অশোক সিংহলৰ শিবিৰ উদ্বোধন নাৰায়ণ সেৱাই অন্ত্যোদয়ৰ আত্মাক মূৰ্ত কৰি তুলিছে: মন্ত্ৰী অশোক সিংহল দেওবাৰে গুৱাহাটীৰ ফাঁচী বজাৰৰ ৪নং গেটস্থিত শ্ৰী ভগৱান মহাবীৰ ধৰ্মস্থলত নাৰায়ণ সেৱা সংস্থানৰ উদ্যোগত নাৰায়ণ…

পাটাছাৰকুছিত ১ কোটি টকাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰৰ উদ্বোধন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত বজালী গোৱিন্দভৱন গীতা সত্ৰ, ডুমূৰীয়াত উপস্থিত হৈ ভক্তিভৰা সেৱা জনাই সকলোৰে কুশল মঙ্গল কামনা কৰে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।…

বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ আদ্যশ্ৰাদ্ধত ‘সৌহাৰ্দ্য’ৰ স্মৃতিচাৰণ সভা

গুৱাহাটী, ২১ আগষ্টঃ অসমীয়া কাব্য সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ বাসগৃহত আজি ৰাজ্যখনৰ অন্যতম সাহিত্য-সংস্কৃতি অনুষ্ঠান ‘সৌহাৰ্দ্য’ৰ উদ্যোগত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সাহিত্য তথা সংবাদ ক্ষেত্ৰৰ লগত জড়িত…

উত্তৰ গুৱাহাটীত ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় উদ্ভাৱনী বটাঁ প্ৰাপক প্ৰয়াত চম্পক বড়াৰ জন্মদিন পালন

উত্তৰ গুৱাহাটীত ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় উদ্ভাৱনী বটাঁ প্ৰাপক তথা NASA ৰ যুৱ উদ্ভাৱনী বিজ্ঞানী হিচাপে স্বীকৃতি প্ৰাপ্ত প্ৰয়াত চম্পক বড়াৰ জন্মদিন পালন কৰা হয়।উত্তৰ গুৱাহাটী মাজগাঁৱৰ নিজ বাসগৃহত শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে…

ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা, অসম এথলেটিকছ সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত সৰুসজাইত “জেভলিন ডে” উদযাপন , অসমত স্থাপন হ’ব নতুন এথলেটিক একাডেমী,

চাৰিগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক সম্বৰ্ধনা গুৱাহাটী ৭ আগষ্ট : ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নিৰ্দেশ মৰ্মে সমগ্ৰ দেশৰ লগতে অসমতো আজি অসম এথলেটিকছ সন্থাৰ উদ্যোগত “জেভলিন ডে” উদযাপন কৰা হয়।এই উপলক্ষে সৰুসজাইৰ…

error: Content is protected !!