সাত আগষ্টৰ “জেভলিন ডে” ৰ সৈতে সংগতি ৰাখি অসম এথলেটিকছ সন্থাৰ জেভলিন প্ৰতিযোগিতাৰ আয়োজন
গুৱাহাটী ৬ আগষ্ট : ২০২০ চনত টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক প্ৰাপ্তিৰে ইতিহাস ৰচনা কৰা এথলিট নিৰজ চোপ্ৰাৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে তথা জেভলিন খেলৰ জনপ্ৰিয়তা আৰু প্ৰসাৰ -প্ৰচাৰৰ…