দুদিনীয়া কাৰ্যসূচীৰে বাঙ্গালোৰৰ নামঘৰতো উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী কৃষ্ণ জন্মাষ্টমী
প্ৰতি বৰ্ষৰ দৰে এইবাৰো শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ বাঙ্গালোৰৰ নামঘৰত উলহ-মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী। দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনটোত ৫ শতাধিক লোকৰ উপস্থিতিত নাম-প্ৰসঙ্গ, কীৰ্তন-পাঠ, দিহা নাম আদিৰ…