বাংলাদেশৰ অশান্তিৰ কাৰণ আমেৰিকাৰ ষড়যন্ত্ৰ, ‘মই দেশলৈ উভতি যাম’ বুলি কৈ মৌনতা ভংগ কৰে শ্বেখ হাছিনাই
বাংলাদেশৰ ৰাজনৈতিক সংকটৰ বাবে দায়ী আমেৰিকা। তেওঁলোকৰ ষড়যন্ত্ৰতে আৱামি লীগক উৎখাত কৰা হৈছে। দেশত চলি থকা কন্দল বন্ধ কৰিবলৈকে তেওঁ পদত্যাগ কৰে। ভাৰতত উপস্থিত হোৱাৰ ৬ দিনৰ পাছত বাংলাদেশৰ প্ৰাক্তন…