লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে দৰং জিলা প্ৰশাসনৰ প্রস্তুতি সম্পূৰ্ণ
সমগ্ৰ দেশৰ লগতে দৰং নিৰ্বাচনী জিলাতো কালিলৈ ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব। এই ভোট গণনা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে দৰং জিলা প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।…