গহপুৰৰ বিশিষ্ট শিক্ষাবিদ ডঃ যুগল বৰালৈ বৈশ্বিক শিক্ষক ৰত্ন এৱাৰ্ড-২০২৪
■■জীৱনৰ ৩৬ টা বছৰ শিক্ষকতা বৃত্তিৰে জড়িত হৈ নিষ্ঠা আৰু সততাৰে শৈক্ষিক সেৱা আগবঢ়াই জীৱনটোক মহীয়ান কৰি তোলা গহপুৰৰ বিশিষ্ট শিক্ষাবিদ ড: যুগল বৰালৈ আগবঢ়োৱা হয় “বৈশ্বিক শিক্ষক ৰত্ন এৱাৰ্ড-২০২৪”।নেহৰু…