জামুগুৰিহাটৰ তৌভঙাত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি
জামুগুৰিহাটৰ তৌভঙা ব্যৱসায় কেন্দ্ৰত আজি অসম গ্ৰামীণ বিকাশ বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰা হয়। এই গ্ৰাহক সেৱা কেন্দ্ৰটি মুকলি কৰে অসম গ্ৰামীণ বিকাশ বেংক ধলাইবিল শাখাৰ প্ৰবন্ধিকা শ্ৰুতিৰেখা…