মঞ্চত অভিনেত্ৰীক ঠেলা দি সমালোচনাৰ সন্মুখীন তেলেগু অভিনেতা নন্দমুৰী
অভিনেত্ৰী এগৰাকীক মঞ্চত ঠেলি দি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে তেলেগু অভিনেতা নন্দমুৰি বালকৃষ্ণ। তেলেগু একচন ছবি ‘গেংছ অৱ গোদাবৰী’ৰ প্ৰচাৰৰ সময়ত অভিনেত্ৰী অঞ্জলীক মঞ্চত ঠেলা মাৰে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ এই আচৰণত…