শিৱসাগৰত সদৌ অসম কবি সন্মিলনৰ অধিবেশনৰ লাইখুঁটা স্থাপন
শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত ২৭,২৮ আৰু ২৯ ডিচেম্বৰ তাৰিখে তিনিদিনীয়াকৈ সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন অনুষ্ঠিত হ’ব। শিৱসাগৰৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অধিবেশনৰ লাইখুঁটা স্থাপনৰ কাৰ্য্যসূচী সম্পন্ন…