ভাৰতত আশ্ৰয় ল’লেহি বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই
কোটা বিৰোধী আন্দোলনৰ বাবে বাংলাদেশত তীব্ৰ জুই জ্বলি উঠিছে। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে শ্বেখ হাছিনাই। সোমবাৰে বিয়লি বিশেষ হেলিকপ্টাৰেৰে গণভবনৰ পৰা আগৰতলালৈ আহিছিল শ্বেখ হাছিনা। ভাৰতীয় সেনাৰ কটকটীয়া নিৰাপত্তাৰ…