Category: State

বিদ্যুত বিভাগৰ বিৰুদ্ধে মৰিগাঁৱত জিলা কংগ্ৰেছৰ প্ৰতিবাদ

বিদ্যুতৰ স্মাৰ্ট মিটাৰ শীঘ্ৰে বাতিল, বিদ্যুত মাচুল হ্ৰাস আৰু নিয়মীয়া বিদ্যুত সেৱাৰ দাবীত কালি মৰিগাঁও জিলা কংগ্ৰেছ কমিটীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ক্ষীৰোদ ভৱনৰ পৰা…

ককিলা নাহৰণিত শ্ৰীকৃষ্ণ জন্মাষ্টমীত গ্ৰন্থ উন্মোচনী সভা

মহেন্দ্ৰ হাজৰিকাৰ ‘শ্ৰীমন্ত শংকৰদেৱ’ উন্মোচন শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডুবিয়া আঞ্চলিকৰ অন্তৰ্গত ককিলা নাহৰণি প্ৰাথমিক শাখাৰ উদ্যোগত আজি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগত সংগতি ৰাখি দুই নং…

দুদিনীয়া কাৰ্যসূচীৰে বাঙ্গালোৰৰ নামঘৰতো উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী কৃষ্ণ জন্মাষ্টমী

প্ৰতি বৰ্ষৰ দৰে এইবাৰো শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ বাঙ্গালোৰৰ নামঘৰত উলহ-মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী। দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনটোত ৫ শতাধিক লোকৰ উপস্থিতিত নাম-প্ৰসঙ্গ, কীৰ্তন-পাঠ, দিহা নাম আদিৰ…

ব্লুটুথ ইয়াৰফোনে দিব মৌমিতা ধৰ্ষণ-হত্যাৰ বহু তথ্য

ঘটনাৰ দিনটোত যেতিয়া সঞ্জয় ৰায়ে কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত প্ৰৱেশ কৰিছিল তেতিয়া ডিঙিত ব্লুটুথ ইয়াৰফোন আছিল। এই গোচৰৰ তদন্তকাৰী চিবিআইয়ে চিচিটিভিৰ স্ক্ৰীণ গ্ৰেব প্ৰকাশ কৰিছে, য’ত…

২৫ আগষ্টত গুৱাহাটীত নাৰায়ণ সেৱা সংস্থানৰ দ্বাৰা নাৰায়ণ অংগ সংস্থাপন শিবিৰৰ আয়োজন

অসমৰ ৩০০ গৰাকী বিশেষভাৱে সক্ষম লোকৰ শৰীৰত সংস্থাপিত কৰা হ’ব মডিউলাৰ অংগ সমগ্ৰ বিশ্বতে প্ৰতিবন্ধী লোকৰ সহায় আৰু মানৱতাৰ প্ৰতি সমৰ্পিত সেৱাৰ বাবে বহুলভাৱে স্বীকৃতিপ্ৰাপ্ত নাৰায়ণ সেৱা সংস্থাই অহা ২৫…

সাংবাদিক শ্বাহ আলমক মুখ্য মন্ত্ৰীয়ে কৰা ব্যৱহাৰ গ্ৰহণযোগ্য নহয় : জাফা

সাংবাদিকৰ কামেই হৈছে বিভিন্ন ঘটনা -পৰিঘটনাৰ সত্য তথ্য উদ্ঘাটন কৰা। সেই উদ্দেশ্যেসাংবাদিক শ্বাহ আলমে এটা প্ৰশ্ন কৰিছিল । শ্বাহ আলমে এখন পাহাৰ কটা লৈ প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত…

বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ আদ্যশ্ৰাদ্ধত ‘সৌহাৰ্দ্য’ৰ স্মৃতিচাৰণ সভা

গুৱাহাটী, ২১ আগষ্টঃ অসমীয়া কাব্য সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ বাসগৃহত আজি ৰাজ্যখনৰ অন্যতম সাহিত্য-সংস্কৃতি অনুষ্ঠান ‘সৌহাৰ্দ্য’ৰ উদ্যোগত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সাহিত্য তথা সংবাদ ক্ষেত্ৰৰ লগত জড়িত…

উত্তৰ গুৱাহাটীত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱনী বটাঁ প্ৰাপক প্ৰয়াত চম্পক বড়াৰ জন্মদিন পালন

উত্তৰ গুৱাহাটীত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱনী বটাঁ প্ৰাপক তথা NASA ৰ যুৱ উদ্ভাৱনী বিজ্ঞানী হিচাপে স্বীকৃতি প্ৰাপ্ত প্ৰয়াত চম্পক বড়াৰ জন্মদিন পালন কৰা হয়।উত্তৰ গুৱাহাটী মাজগাঁৱৰ নিজ বাসগৃহত শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে…

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বি এ আই চি প্ৰদৰ্শনী উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ

বি এ আই চি প্ৰদৰ্শনীত ভাৰতৰ ভৱন, স্থাপত্য, আভ্যন্তৰীণ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ শীৰ্ষ পেছাদাৰীসকলৰ সন্মিলন আজি ৯ আগষ্ট, শুকুৰবাৰে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ আৰু শ্ৰমিক কল্যাণ বিভাগৰ ৰাজ্যিক…

মুখ্যমন্ত্ৰীৰ সমষ্টিত কৃত্ৰিম বানৰ সমস্যাৰ সমাধান কেতিয়া

এফালে গ্ৰীষ্মৰ দেহ পুৰি নিয়া উত্তাপ ,আনফালে দুষিত পানীৰ মাজতে সহাৱস্থান কেইবাখনো গাঁৱৰ আবাসীৰ । অসহনীয় দুৰ্দশাৰ কথা কৈ থাকিলেও কোনেও কেৰেপ নকৰে । এয়া মুখ্যমন্ত্ৰীৰ সমষ্টিৰ উত্তৰ গুৱাহাটীৰ কৃত্ৰিম…

error: Content is protected !!