পত্নীক হত্যা কৰি স্বামীৰ পলায়ন, মৰিগাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড
মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত মহমাৰা গাঁৱত সংঘটিত হয় এক ভয়ানক হত্যাকাণ্ড। জানিব পৰা মতে,শিলচৰৰ মফিজ উদ্দিন নামৰ ব্যাক্তি এজনে লাহৰীঘাট অঞ্চলত থাকি কাম -বন কৰি আছিল আৰু মহমৰা…