কোকিলাত ৰাছেল ভাইপাৰৰ আতংকত চিন্তিত হৈ পৰিছে ৰাইজ
সৰ্প দংশনত অচেতন এগৰাকী মহিলা, চিকিৎসকৰ আপ্ৰাণ চেষ্টাত প্ৰাণ ৰক্ষা মহিলা গৰাকীৰ। বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত কোকিলা মৌলভীপাৰাত ১১ জুলাইত জাহিদুল ইছলামৰ পত্নী সহিদা খাতুন সাপে দংশন কৰাত…