জাফা’ৰ কেন্দ্ৰীয় অধিবেশন আৰু সাধাৰণ সভা সম্পন্ন , অভিদ্বীপ চৌধুৰী আৰু কুঞ্জ মোহন ৰায় পুনৰ সভাপতি, সম্পাদক প্ৰধান হিচাপে নিৰ্বাচিত
সাংবাদিক সংবাদ কৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশন আৰু সাধাৰণ সভা আজি ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সুকলমে অনুষ্ঠিত হৈ যায়। পুৱাৰ ভাগত পতাকা উত্তোলন…