শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত দুদিনীয়াকৈ অনুষ্ঠিত বাৰ্ষিক সমূহীয়া দোৱা আৰু জিয়াৰৎ অনুষ্ঠানৰ সামৰণি
শনি আৰু দেওবাৰে এই দুয়োটা দিনতে অনুষ্ঠান উপলক্ষে আজানপীৰ দৰগাহত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় | ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী লোকসকলেও আজান পীৰৰ দৰগাহত ধূপ আৰু…