নদুৱাৰ ইটাখোলাৰ শ্ৰীমন্তশঙ্কৰদেৱ ভৱনত গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰ
নদুৱাৰ সাংস্কৃতিক উন্নয়ন পৰিষদৰ উদ্যোগত ইটাখোলাৰ শ্ৰীমন্তশঙ্কৰদেৱ ভৱনত আজি কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন কৰা হয়৷ এই উদ্দেশ্যৰে বিয়লি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ঘনকান্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত এক আলোচনা চক্ৰত মুখ্য অতিথি…