ডি আই ই টি (ডায়েট) কামৰূপৰ সৈতে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক সহযোগিতা সম্পন্ন
শৈক্ষিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ, ডি আই ই টি (ডায়েট) কামৰূপ মিৰ্জা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাইৰ।শনিবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত কামৰূপ ডায়েটৰ সভাকক্ষত ভাৰতীয় জ্ঞান পৰম্পৰা সম্পৰ্কে এখনি বিশেষ…