জামুগুৰিহাটৰ মংগলবৰীয়াত ৫৬ বছৰীয়া শ্ৰীশ্ৰী দুৰ্গাপূজাৰ মণ্ডপৰ তোৰণৰ আধাৰশিলা স্থাপন
জামুগুৰিহাটৰ মংগলবৰীয়াত আজি শ্ৰী শ্ৰী দূৰ্গা পূঁজা উদযাপন কমিটিৰ উদ্যোগত ৫৬ বছৰীয়া দুৰ্গাপূঁজাৰ স্থায়ী মণ্ডপৰ তোৰণৰ নিৰ্ম্মান কাৰ্য্যৰ শুভাৰম্ভ কৰা হয়৷ মংগলবৰীয়া সাৰ্ব্বজনীন দুৰ্গাপূঁজা উদযাপন কমিটিৰ সভাপতি ধনপতি কাফলে আৰু…