যিকোনো ছালৰ দাগ, অস্বাভাৱিক চুলি সৰা বা পাচনতন্ত্ৰৰ গুৰুতৰ সমস্যা হঠাতে দেখা দিলে কেতিয়াও সহজভাৱে ল’ব নালাগে। নন-এলকহলিক ফেটি লিভাৰত জীৱনশৈলীৰ গুৰুতৰ অনিয়মৰ প্ৰৱণতা থাকে। আচলতে পেটৰ চৰ্বি বৃদ্ধিৰ লগে লগে যকৃতৰ চাৰিওফালে চৰ্বি জমা হোৱাৰ আশংকাও বাঢ়ি যায় তাৰ পিছত যকৃতৰ সঠিকভাৱে কাম কৰাৰ ক্ষমতা কমি যায়। বহু ক্ষেত্ৰত কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও ফেটি লিভাৰৰ সমস্যা হ’ব পাৰে।
এই সমস্যাটোক আওকাণ নকৰিবা লক্ষণসমূহ লক্ষ্য কৰাৰ লগে লগে সজাগ হওক।
যকৃতৰ যত্নত নেমুৰ ডাঙৰ ভূমিকা আছে। নেমুত ভিটামিন চিৰ উৎস।ইয়াত আদা যোগ কৰিলে যকৃতৰ স্বাস্থ্যৰ বাবে এক নিখুঁত পানীয়।
এটা বাটিত গোটা নেমু এটা ঘূৰণীয়াকৈ কাটি লওক। কেইটুকুৰা ডালচেনি আৰু ৫০ গ্ৰাম আদা থেতেলিয়াই লওক। দুকাপ পানীৰে ঢাকি থৈ ১৫ মিনিটমান উতলিবলৈ দিয়ক আৰু ৰাতিপুৱা খালী পেটত এই পানীয়টো সেৱন কৰক ফলটোৱে যকৃতক সুস্থ কৰি ৰাখে গতিকে আপেল ভিটামিন চিৰ উৎস।