🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৪ আহিন, শনিবাৰ, ইং ২১ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১৪/৪৪
সূৰ্য্যাস্ত ঘ :- ৫/১৯/১৮
ৰাশি : – মেষ ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্থী তিথি ।ৰা:ঘ:- ১১/১২/৫৩ যোৱাত কৃষ্ণা পঞ্চমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অশ্চিনী ।দি:ঘ:- ৭/৪৮/০০ লৈ।
শুভ সংখ্যা :- ২/৮
শুভ ৰং :- নীলা/ বেঙুনীয়া ।
আদ্যঋতু :- দু:শীলা যোগ।
মৰণৰ দোষ :- এপদ ।
যাত্ৰা :- নৈঋত কোনত নাই। ৰা:ঘ:- ১১/১২/ ৫৩ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত। ৰা:ঘ:- ১১/১২/ ৫৩ যোৱাত দক্ষিণ দিশত ।
ভক্ষাভক্ষ্য :- মূলা খোৱা নিষেধ। ৰা:ঘ:- ১১/১২/৫৩ যোৱাত বেল খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব লগতে আজি আপুনি ৰাজনৈতিক সা-সুবিধা লাভ কৰাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, লগতে আজি সাহিত্যিক সকলৰ সাহিত্য সেৱাত মনোনিবেশ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, সম্পত্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব , লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, আনন্দ মনে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য সঞ্চিত ধন ক্ষতি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য অৱসাদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ মনত এলান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, যদিও আজি সজাগ নহ’লে বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক মনোমালিন্য আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, আজি আৰম্ভণি কৰা কামবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ভুল বুজাবুজিৰ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন কাপোৰ লাভ কৰিব,ধন ধান আহিব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ পিতৃ মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰ বা কৰ্মক্ষেত্ৰত উৎসৱ মুখৰ পৰিবেশ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205