🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৫ আহিন, ৰবিবাৰ, ইং ২২ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১৫/১১
সূৰ্য্যাস্ত ঘ :- ৫/১৮/১৩
ৰাশি : – মেষ ৰাশি। ঘ:- ১২/২/৫৫ যোৱাত বৃষ ৰাশি।
তিথি :- কৃষ্ণা পঞ্চমী তিথি ।ৰা:ঘ:- ৯/১০/৫১ যোৱাত কৃষ্ণা ষষ্ঠী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- ভৰণী। প্ৰা:ঘ:- ৬/২১/২৩ লৈ।
শুভ সংখ্যা :- ৩/১
শুভ ৰং :- ৰঙা / হালধীয়া ।
আদ্যঋতু :- দু:শীলা যোগ।
মৰণৰ দোষ :- এপদ । প্ৰা:ঘ:- ৬/২১/২৩ যোৱাত ত্ৰিপদ, শে:ৰা:ঘ:- ৫/৫/৩৩ এপদ।
যাত্ৰা :- দক্ষিণ দিশত নাই। ৰা:ঘ:- ৯/১০/ ৫১ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত । ৰা:ঘ:- ৯/১০/ ৫১ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেল খোৱা নিষেধ। ৰা:ঘ:- ৯/১০/৫১ যোৱাত নিম তিতা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত নতুন নতুন চিন্তা চৰ্চা কৰিবলৈ সক্ষম, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আগ্ৰহ বাঢ়িব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপোনাৰ দেহ মনত এলান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে, কৰ্মত হীন মান্যতা ভুগিব লগিয়া হ’ব পাৰে, যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সিদ্ধি লাভ কৰিব, সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, যদিও আজি আপোনাৰ সম্পদ হানি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব,প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে চিকিৎসাত খেলিমেলি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ সমাজ কৰ্মী সকলে সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ কৰিব , ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি সংবাদ কৰ্মী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ মনত অৱসান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মস্থান সামান্য পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত উৎসৱ মূখৰ পৰিবেশন হ’ব, আৰ্থিক দিশটো টনকিয়াল হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত বেচা কিনাত ক্ষেত্ৰত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ উত্তৰ বস্ত্ৰ লাভ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, সম্পত্তি বাঢ়িব, যদিও আজি আপোনাৰ মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!