🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৪ আহিন, মঙ্গলবাৰ, ইং ১ অক্টোবৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১৯/১৪
সূৰ্য্যাস্ত ঘ :- ৫/৮/৩৫
ৰাশি : – সিংহ ৰাশি। ঘ:- ৪/৪২/২২ যোৱাত কন্যা ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্দ্দশী তিথি ।ৰা:ঘ:- ৯/২/৪৭ যোৱাত অমাৱস্যা তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বফালগ্গুনী । প্ৰা:ঘ:- ১০/৫/১৬ লৈ।
শুভ সংখ্যা :- ১/৯
শুভ ৰং :- ৰঙা / সোনালী।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- দ্বিপদ।পু:ঘ:- ১০/৫/১৬ যোৱাত পূৰ্ণ দোষ, ৰা:ঘ:- ৯/২/৪৭ যোৱাত ত্ৰিপদ।
যাত্ৰা :- পশ্চিম দিশত নাই। ৰা:ঘ:- ৯/২/৪৭ যোৱাত ঈশান কোনত নাই।
যোগিনী :- পশ্চিম দিশত । ৰা:ঘ:- ৯/২/৪৭ যোৱাত ঈশান কোনত।
ভক্ষাভক্ষ্য :- মাছ মাংস খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত মানৰ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন ধান আহিব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে বুদ্ধি হ্ৰাস হ’ব পাৰে, লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল খেতিয়ক আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, ঠিকাদাৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম- চেনেহ লাভ কৰিব, ভাল কৰ্ম লৈ মনোনিবেশ হ’ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ লিখা পঢ়া কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, লগতে আজি আপুনি শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বাঢ়িব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য সন্মান হানি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰ সুস্থ হ’ব, কৰ্মত নতুন নতুন যোগাযোগ হ’ব পাৰে, শৰীৰৰ পৰা ৰোগ নাশ হব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, বুদ্ধিৰ বিকাশ হ’ব, লগতে আজি আপোনাৰ নতুন নতুন কৰ্মৰ সন্ধান লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ কৰিব, যিকোনো কাম আৰম্ভণি আজি শুভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সাহিত্যিক আছে তেওঁলোকৰ সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত পৰাজ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!