🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৫ আহিন, বুধবাৰ, ইং ২ অক্টোবৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১৯/৪১
সূৰ্য্যাস্ত ঘ :- ৫/৭/৩১
ৰাশি : – কন্যা ৰাশি।
তিথি :- অমাৱস্যা তিথি ।ৰা:ঘ:- ১১/৩/৪১ যোৱাত শুক্লা প্ৰতিপদ তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- উত্তৰফালগ্গুনী । দি:ঘ:- ১২/৩৩/২৭ লৈ।
শুভ সংখ্যা :- ২/৫
শুভ ৰং :- বগা / সেউজীয়া।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- দ্বিপদ। দি:ঘ:- ১২/৩৩/২৭ যোৱাত নাই ।
যাত্ৰা :- ঈশান কোনত নাই। ৰা:ঘ:- ১১/৩/৪১ যোৱাত পূৱ দিশত নাই।
যোগিনী :- ঈশান কোনত। ৰা:ঘ:- ১১/৩/৪১ যোৱাত পূৱ দিশত।
ভক্ষাভক্ষ্য :- মাছ মাংস খোৱা নিষেধ।ৰা:ঘ:- ১১/৩/৪১ যোৱাত কোমোৰা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, ঘৰুৱা কৰ্মত শুভ হ’ব, যদিও আজি আপোনাৰ মনৰ পৰা খংঙ আৰু অভিমান ভাৱ পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব নহ’লে সামান্য ক্ষতি হব পাৰে।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত যিসকল উকীল পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকে নিজৰ নিজৰ কৰ্মত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ’লে সামান্য আত্ম গ্লানি ভাৱ বাঢ়িব, লগতে আজি আপুনি সজাগ নহ’লে সামান্য স্বাস্থ্যৰ হানি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধনৰ নাটনি হ’ল পাৰে, লগতে আজি বিবাহিত ব্যক্তি সকলৰ সামান্য সন্তানৰ চিন্তা বৃদ্ধি কৰিব পাৰে।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে, ছাত্ৰ ছাত্ৰী সকলে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, আৰ্থিক দিশটো টনকিয়াল হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, লগতে আজি আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, লগতে আজি খেতিয়ক সকলৰ সুনাম বৃদ্ধি হ’ব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক সন্মান বাঢ়িব, পুৰণি সমস্যাৰ সমাধান হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, হাতলৈ ধন- ধান আহিব, লগতে আজি আপুনি কৰ্মত জেষ্ঠ্য ব্যক্তিৰ পৰা সহাৰি লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ৰোগ আৰোগ্য হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ’ব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!