🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৩ আহিন, বৃহস্পতি বাৰ, ইং ১০ অক্টোবৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/২৩/১৭
সূৰ্য্যাস্ত ঘ :- ৪/৫৮/৫৮
ৰাশি : – ধনু ৰাশি।
তিথি :- শুক্লা সপ্তমী তিথি। পু:ঘ:- ৭/২২/১৪ যোৱাত অষ্টমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বষাঢ়া । ৰা:ঘ:- ১/৪১/২৬ লৈ।
শুভ সংখ্যা :- ১/৩
শুভ ৰং :- ৰঙা/ হালধীয়া।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- এপদ। ঘ:- ৭/২২/১৪ যোৱাত নাই, ৰা:ঘ:- ১/৪১/২৪ যোৱাত দ্বিপদ।
যাত্ৰা :- বাযু কোনত নাই। পু:ঘ:- ৭/২২/২৪ যোৱাত ঈশান কোনত নাই।
যোগিনী :- বাযু কোনত । পু:ঘ:- ৭/২২/২৪ যোৱাত ঈশান কোনত ।
ভক্ষাভক্ষ্য :- তাল খোৱা নিষেধ। পু:ঘ:- ৭/২২/১৪ যোৱাত নাৰিকল খোৱা নিষেধ।

বি.দ্ৰ:- আজি নৱৰাত্ৰিৰ অষ্টমটো দিন, আজি নৱদূৰ্গাৰ অষ্টমটো ৰূপ ” মহাগৌৰি” ৰূপত পূজা অৰ্চনা কৰা হ’ব।

মন্ত্ৰ:- ওঁম হ্ৰীং শ্ৰী মহাগৌৰি দূৰ্গায়ৈ নমঃ

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, নতুন বস্ত্ৰ লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধনৰ নাটনি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি কৰিব পাৰে।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, ঘৰত শুভ কৰ্ম অনুষ্ঠিত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে পাপ্যৰ পৰা বঞ্চিত হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ল’ৰা ছোৱালী সকলৰ মাজত নতুন প্ৰেমৰ আৰম্ভণি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় আৰু মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ ঘৰত সামান্য মনোমলিন্যৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সিদ্ধি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল অভিনয় শিল্পী আছে তেওঁলোকৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, লগতে আজি আপোনাৰ মনত ভক্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম স্থানৰ সামান্য পৰিবৰ্তন আহিব পাৰে, সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যত আৰম্ভণি কৰিবলৈ সক্ষম হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত জটিলতা আহিব পাৰে, লগতে আজি আপোনাৰ মনলৈ বেয়া চিন্তা অহাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!