🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৭ কাতি, ৰবিবাৰ, ইং ৩ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৩৬/৪৩
সূৰ্য্যাস্ত ঘ :- ৪/৩৮/১১
ৰাশি : – বৃশ্চিক ৰাশি।
তিথি :- শুক্লা দ্বিতীয়া । ৰা:ঘ:- ৮/১৬/৩১ যোৱাত শুক্লা তৃতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অনুৰাধা। অহোৰাত্ৰ।
শুভ সংখ্যা :- ৪/১
শুভ ৰং :- ৰঙা/ হালধীয়া।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- দ্বিপদ,ৰা:ঘ:-৮/১৬/৩১ যোৱাত এপদ।
যাত্ৰা :- উত্তৰ দিশত নাই। ৰা:ঘ:- ৮/১৬/৩১ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত। ৰা:ঘ:- ৮/১৬/৩১ যোৱাত অগ্নি কোনত।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ। ৰা:ঘ:- ৮/১৬/৩১ যোৱাত পটল খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিবৰ্তন আহিব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব, লগতে আজি ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত নতুন নতুন দ্বায়িত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব , কৰ্মত সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হ’ব।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ কৰিব, উকীল সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, কৰ্মত উন্নতি লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, মনৰ আশা পূৰণ হ’ব, লগতে আজি আপুনি ভ্ৰমণৰ সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিবৰ পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, শত্ৰু নাশ হব লগতে আজি আপোনাৰ ধন- সম্পত্তি আৰু সন্মান প্ৰাপ্তিৰ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- ধান আহিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি কৰ্মত অধিক ফলাফল আশা নকৰাই ভাল হ’ব।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সকলো দিশতে সিদ্ধি লাভ কৰিব, যদিও আজি আপুনি ভুল বুজাবুজিৰ হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205