🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২১ কাতি, বৃহস্পতিবাৰ, ইং ৭ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৩৯/৫
সূৰ্য্যাস্ত ঘ :- ৪/৩৫/৩০
ৰাশি : – ধনু ৰাশি। ঘ:- ৩/২৩/৭ যোৱাত মকৰ ৰাশি।
তিথি :- শুক্লা ষষ্ঠী। ৰা:ঘ:- ৮/৫৯/২৯ যোৱাত শুক্লা সপ্তমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বষাঢ়া। প্ৰা:ঘ:- ৯/২৬/১৬ লৈ।
শুভ সংখ্যা :- ৮/৩
শুভ ৰং :- ৰঙা/ হালধীয়া।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- নাই । ঘ:- ৯/২৬/১৬ যোৱাত দ্বিপদ, ৰা:ঘ:- ৮/৫১/২৯ যোৱাত ত্ৰিপদ।
যাত্ৰা :- পশ্চিম দিশত নাই। ৰা:ঘ:- ৮/৫১/২৯ যোৱাত বায়ু কোনত নাই।
যোগিনী :- পশ্চিম দিশত। ৰা:ঘ:- ৮/৫১/২৯ যোৱাত বায়ু কোনত।
ভক্ষাভক্ষ্য :- নিমতিতা খোৱা নিষেধ। ৰা:ঘ:- ৮/৫১/২৯ যোৱাত তাল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে, ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক দিশটো কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ ধন আগমন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে,মনত সামান্য চিন্তা বাঢ়িব পাৰে,আয় উপাৰ্জন সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ লগ বন্ধুৰ আগমন হ’ব পাৰে, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে ব্যৱসায় বানিজ্যত লোকচানৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধুৰ সান্নিধ্য লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি খেলুৱৈ সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, মনত উৎসাহ বাঢ়িব, লগতে আজি শিল্পী সকলৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি দেহ মনত সামান্য অৱসান ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব লগতে আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ লাভ কৰিব, আজি আপোনাৰ খৰচ বাঢ়িব পাৰে , লগতে আজি আপোনাৰ মনটো সামান্য অস্থিৰ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!