🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৮ কাতি, বৃহস্পতিবাৰ, ইং ১৪ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৪৪/৩১
সূৰ্য্যাস্ত ঘ :- ৪/৩২/৭
ৰাশি : – মেষ ৰাশি।
তিথি :- শুক্লা ত্ৰয়োদশী। দি:ঘ:- ৭/৩৪/৩৩ যোৱাত শুক্লা চতুৰ্দ্দশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অশ্চিনী । ৰা:ঘ:- ১১/৫৮/২৪ লৈ।
শুভ সংখ্যা :- ৩/৬
শুভ ৰং :- হালধীয়া/ ৰঙা ।
আদ্যঋতু :- দু:শীলা যোগ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- দক্ষিণ দিশত নাই। দি:ঘ:- ৭/৩৪/৩৩ যোৱাত পশ্চিম দিশত নাই। শে:ৰা:ঘ:- ৫/১৪/৩৩ যোৱাত বাযু কোনত নাই।
যোগিনী :- দক্ষিণ দিশত । দি:ঘ:- ৭/৩৪/৩৩ যোৱাত পশ্চিম দিশত। শে:ৰা:ঘ:- ৫/১৪/৩৩ যোৱাত বাযু কোনত।
ভক্ষাভক্ষ্য :- বেঙেনা খোৱা নিষেধ। দি:ঘ:- ৭/৩৪/৩৩ যোৱাত মাটি মাহ খোৱা নিষেধ।
My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপুনি দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত গীত মাত আৰু আনন্দ ধেমালিৰ মাজেৰে দিনটো পাৰ হ’ব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত নতুনত্ব আহিব পাৰে লগতে আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে যদিও আজি আপোনাৰ সঞ্চয় বাঢ়িব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, প্ৰেম আৰু ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, লগতে আজি আপুনি জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম-চেনেহ আৰু আশীৰ্বাদৰ লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশন লাভ কৰিব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত অধিক ফলাফল আশা নকৰাই ভাল হ’ব লগতে আজি আপোনাৰ বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সিদ্ধি লাভ কৰিব, ধন সম্পত্তি বাঢ়িব, লগতে আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, মনত সুখ শান্তি বাঢ়িব যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205