🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৩০ কাতি, শনিবাৰ, ইং ১৬ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৪৬/১৯
সূৰ্য্যাস্ত ঘ :- ৪/৩১/২৪
ৰাশি : – বৃষ ৰাশি।
তিথি :- কৃষ্ণা প্ৰতিপদ। ৰা:ঘ:- ১/৫/২৯ যোৱাত কৃষ্ণা দ্বিতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- কৃত্তিকা । ৰা:ঘ:- ৯/৭/৪৩ লৈ।
শুভ সংখ্যা :- ৮/৩
শুভ ৰং :- নীলা/ বেঙুনীয়া।
আদ্যঋতু :- পতিহিতা যোগ ।
মৰণৰ দোষ :- ত্ৰিপদ, ৰা:ঘ:- ৯/৭/৪৩ যোৱাত এপদ, ৰা:ঘ:- ১/৫/২৯ যোৱাত দ্বিপদ।
যাত্ৰা :- পূৱ দিশত নাই। ৰা:ঘ:- ১/৫/২৯ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত । ৰা:ঘ:- ১/৫/২৯ যোৱাত উত্তৰ দিশত।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ। ৰা:ঘ:- ১/৫/২৯ যোৱাত তিতা খোৱা নিষেধ।
My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে পাপ্যৰ পৰা বঞ্চিত হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উৎসাহ বাঢ়িব, সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ বেচা কিনাত ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, কৰ্মত উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, মনৰ আশা পূৰণ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হ’ব লগতে লগতে আজি ছাত্ৰ ছাত্ৰী সকলে সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সিদ্ধি লাভ কৰিব, নতুন বস্ত্ৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ জনপ্ৰিয় অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, সঞ্চয় বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনটো চঞ্চল হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনৰ আশা পূৰণ হ’ব, ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান বাঢ়িব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পত্তি বাঢ়িব, লগতে আজি আপোনাৰ আবেলি সময়ত কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205