🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৭ আঘোন, মঙ্গলবাৰ, ইং ৩ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫৯/২৭
সূৰ্য্যাস্ত ঘ :- ৪/২৮/৩০
ৰাশি : – ধনু ৰাশি।
তিথি :- শুক্লা দ্বিতীয়া।
দি:ঘ:- ১২/৩৪/২১ যোৱাত শুক্লা তৃতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- মূলা ।আ:ঘ:- ৪/৫৪/১৫ লৈ।
শুভ সংখ্যা :- ৫/৯
শুভ ৰং :- ৰঙা/ সোনালী ।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- দ্বিপদ । দি:ঘ:- ১২/৩৬/২১ যোৱাত এপদ।
যাত্ৰা :- উত্তৰ দিশত নাই। দি:ঘ:- ১২/৩৬/২১ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত। দি:ঘ:- ১২/৩৬/২১ যোৱাত অগ্নি কোনত।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ। দি:ঘ:- ১২/৩৬/২১ যোৱাত পটল খোৱা নিষেধ।
My YouTube Link:-https://youtube.com/@astrologernayanjyotisarma8497
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি সাংবাদিক সকলে সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, হঠাতে হাতলৈ ধন ধান আহিব, যদিও আজি আপোনাৰ মনত হতাশাৰ ভাৱ বৃদ্ধি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি আৰু সন্মান লাভ কৰিব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব যদিও আজি আপুনি ৰোগৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, প্ৰেমত বাঢ়িব, কৰ্ম আৰু ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- ধান আৰু সন্মান লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্ম সফলতা লাভ কৰিব, লগতে ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, কৰ্মত নতুনকৈ যোগাযোগ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি শৰীৰৰ প্ৰতি সচেতন হোৱাটো ভাল হ’ব।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শত্ৰু বাঢ়িব পাৰে, কৰ্মত সামান্য জটিলতা সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সকলো কৰ্মতে সাৱধান হোৱাটো ভাল হ’ব।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য হিনমান্যতাত ভুগিব লগিয়া হ’ব পাৰে।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত নতুন প্ৰেমত সহাৰি লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সংগীত শিল্পী আৰু নৃত্য শীল্প আছে তেওঁলোকৰ কৰ্মত শুভ বুলি কব পাৰি, ধন সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205